Assamese Heart Touching Quotes || প্ৰেৰণামূলক বাণী
Wiki topics:
🎵 · Music & Audio
Assamese Heart Touching Quotes || প্ৰেৰণামূলক বাণী
- মানুহে কয় দুখ-কষ্টই সকলোকে হতাশ কৰে।কিন্তু মই কওঁ দুখ-কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়।
- জীৱনত সকলোৱেই আপোনাক আঘাত কৰিব।কাৰ আঘাতৰ বিষ মূলৱ্যান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব।যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব।
- আনৰ প্ৰশংসাত ভোল যোৱাটো মূৰ্খামি।নিজেই নিজৰ মনত সুন্দৰ হওঁক, পবিত্ৰ হওঁক।
- প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়।
- মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।
- সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।
- তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
- আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
- গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।
- আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।
메타데이터
- post_id
- 202bee66798b
- slug
- assamese-heart-touching-quotes-প্ৰেৰণামূলক-বাণী-202bee66798b
- url
- https://medium.com/@learningbook32/assamese-heart-touching-quotes-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A7%B0%E0%A6%A3%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80-202bee66798b
- canonical_url
- https://medium.com/@learningbook32/assamese-heart-touching-quotes-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A7%B0%E0%A6%A3%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80-202bee66798b
- author_url
- https://medium.com/@learningbook32
- status
- ok
- fetched_at
- 2026-08-02 00:12:56