Assamese hathor || অসমীয়া সাঁথৰ || নতুন অসমীয়া সাঁথৰ
Assamese hathor || অসমীয়া সাঁথৰ || নতুন অসমীয়া সাঁথৰ
১) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি কি হ’ব বাৰু ।
উত্তৰ :- নহৰু ৷
২) মাত আছে কিন্তু মানুহ নাই, ঘৰ আছে কিন্তু দুৱাৰ নাই ।
উত্তৰ :- ৰেডিঅ'
৩) কাণত ধৰি নাকত বহে
উত্তৰ :- চশমা ৷
৪) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা ।
উত্তৰ :- জলকীয়া গছজোপা আৰু জলকীয়া পুতেক ৷
৫) উপি উপি বাটত আছে চুপি ।
উত্তৰ :- জোক ৷
৬) ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি
উত্তৰ :- ধঁপাত খোৱা হোকা-চিলিম ৷
৭) গছৰ ওপৰত গুটি – গুটিৰ ওপৰত গছ।
উত্তৰ :- মাটিকঠাঁল ৷
Click Here For Read More [Assamese Hathor:](http://Assamese Hathor: https://www.youtube.com/playlist?list=PL9BAE73EKnQwnWHm-ZDaAnQVavNUQE8i0)
[https://www.youtube.com/playlist?list=PL9BAE73EKnQwnWHm-ZDaAnQVavNUQE8i0](http://Assamese Hathor: https://www.youtube.com/playlist?list=PL9BAE73EKnQwnWHm-ZDaAnQVavNUQE8i0)
메타데이터
- post_id
- eae5ce893318
- slug
- assamese-hathor-অসমীয়া-সাঁথৰ-নতুন-অসমীয়া-সাঁথৰ-eae5ce893318
- url
- https://medium.com/@learningbook32/assamese-hathor-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%A5%E0%A7%B0-eae5ce893318
- canonical_url

- author_url
- https://medium.com/@learningbook32
- status
- ok
- fetched_at
- 2026-08-02 00:12:56